ভয়ংকৰ পথ দুৰ্ঘটনাই অকালতে প্ৰাণ ল’লে মনপ্ৰীত আৰু প্ৰণৱ শইকীয়াৰ

মাকুম চান্দমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাটোত দুজনকৈ যুৱক নিহত ।

তিনিচুকীয়া দিশৰ পৰা আহি থকা AS 23 CC 6686 নম্বৰৰ HIMU – TANUJ নামৰ বাছ আৰু AS 23 AD 3442 নম্বৰৰ এখন স্কুটিৰ মুখামুখি সংঘৰ্ষ হয় ।

AS 23 AD 3442 নম্বৰৰ স্কুটিখনত মাকুমৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা দুজন লোক নিহত হয় ।

স্কুটি আৰুহি দুয়োজন লোকক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ইতিমধ্যে দুয়োজন যুৱকৰ মৃত্যু ঘটিছে ।

নিহত যুৱজ দুজন ক্ৰমে ডিগবৈৰ মনপ্ৰীত সিং আৰু প্ৰণৱ শইকীয়া বুলি জানিব পৰা গৈছে ।

NKTV Digital
Author: NKTV Digital

362 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...