কাইলৈ দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিব ভগৱন্ত মনে

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ লগতে কেবিনেট মন্ত্ৰীসকলেও সোমবাৰে পৰিদৰ্শন কৰিব চৰকাৰী বিদ্যালয় সমূহ। তেওঁলোকৰ সৈতে থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালো।

কেজিৰৱালে বৃহস্পতিবাৰে ঘোষণা কৰিছিল কৰিছিল যে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান অৰু তেওঁৰ মন্ত্ৰী পৰিষদে সোমবাৰে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব যাতে তেওঁলোকে নিজৰ ৰাজ্যৰ শিক্ষাখণ্ডত দিল্লীৰ আৰ্হিৰেই উল্লেখযোগ্য উন্নতি কৰিব পাৰে।

কেজৰিৱালে পাঞ্জাৱৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পাছত বিৰোধী দলবোৰে পাঞ্জাৱক দিল্লীয়ে শাসন কৰি আছে বুলি অবিযোগ উত্থাপিত কৰিছিল। তাৰ কেইদিনমান পাছতেই কেজৰিৱালে উক্ত ভ্ৰমনৰ কথা ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...