অসমৰ পৰ্যটন উদ্যোগক আগুৱাই নিয়াত সহায় কৰিব অষ্ট্ৰেলিয়াই

মহানগৰীৰ হোটেল এপল’ গ্ৰেণ্ডত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ ৷ অষ্ট্ৰেলিয়া চৰকাৰৰ প্ৰতিনিধিৰ সৈতে ইণ্ডিজিনিয়াছ চেম্বাৰচ্ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ চমুকৈ (ICCI)ৰ বৈঠক। অসমৰ ব্যৱসায়িক দিশটোক কেনেদৰে আগুৱাই নিব পাৰি সেই বিষয়ত অষ্ট্ৰেলিয়ান চৰকাৰৰ প্ৰতিনিধিৰে আলোচনা ICCIৰ।

পৰ্যটন ক্ষেত্ৰকে ধৰি শিক্ষা আৰু পশুপালনৰ ক্ষেত্ৰখনৰ বিষয়ে বিসদভাৱে আলোচনা কৰা হয় এই বৈঠকত। বৈঠকত উপস্থিত অষ্ট্ৰেলিয়াৰ ডেনিয়েল চিম, এঞ্জেলিনা নায়াৰ, অষ্ট্ৰেলিয়ান ৰাজনৈতিক বিভাগৰ হাই কমিছনাৰ মিচ খান। লগতে উপস্থিত থাকে প্ৰাক্তন আৰক্ষীৰ শীৰ্ষ বিষয়া পল্লৱ ভট্টাচাৰ্য, আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়া, দিলীপ শৰ্মাকে ধৰি বহু গণ্য মান্য ব্যক্তি। এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা বিচাৰিছে ICCIয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...