জালুকবাৰী থানাৰ OCৰ PSO টংকেশ্বৰ দে’ক কিয় ৰিজাৰ্ভ ক্ল’জ?

জালুকবাৰী থানাৰ OCৰ PSO টংকেশ্বৰ দে’ক ৰিজাৰ্ভ ক্ল’জ। জালুকবাৰী আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দেহৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে অসমক ড্ৰাগছমুক্ত কৰিবলে কাম কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে আৰক্ষী আৰু ড্ৰাগছ ব্যৱসায়ী অপৰাধীৰ মাজত থকা সম্পৰ্কৰ তথ্য পোহৰলৈ আহিছে। OCৰ PSO টংকেশ্বৰ দেৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধীৰ লগত সু সম্পৰ্কৰ থকাৰ অভিযোগ। এইজনে ধনৰ বিনিময়ত অপৰাধীক যোগান ধৰে আৰক্ষীৰ গোপন তথ্য। সাধাৰণ জনতাৰ পৰা ধন লোৱাৰ অভিযোগ। যোৱা ১ এপ্ৰিলত জালুকবাৰীৰ ছজন সচেতন ব্যক্তিয়ে লিখিতভাবে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক জনাইছে অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...