ভুল দিশেৰে যোৱা বলেৰ’ৰ খুন্দাত ভাঙি চূৰমাৰ ই-ৰিক্সা, থিতাতে নিহত মহিলা

৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ই-ৰিক্সা আৰু ব’লেৰৰ মাজত সংঘৰ্ষ। ৰঙিয়াৰ ভাতকুছিত শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত চৰিফা বেগম নামৰ এগৰাকী মহিলা।

ভুল দিশেৰে যোৱা বলেৰ’ৰ খুন্দাত ভাঙি চূৰমাৰ ই-ৰিক্সা। ঘগ্ৰাপাৰ অভিমুখে গৈ আছিল ই–ৰিক্সাখন। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি জব্দ কৰিছে বলেৰ’ বাহনখন।

গুৰুতৰভাবে আহত ই-ৰিক্সাখনৰ চালকৰ লগতে আন আৰোহীকেইজক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল কিদৰে চলিব? জানক এই সেউজ ইঞ্জিনৰ আঁৰৰ বিজ্ঞান

ভাৰতীয় ৰে’লৱেই দেশৰ পৰিবহণ খণ্ডত এক নতুন আৰু পৰিৱেশ-অনুকূল...