AIUDFক আগৰ ‘ইণ্ডাষ্ট্ৰিজ ধকেবাজ ফ্ৰণ্ট’ আখ্যা ভূপেন বৰাৰ

  • AIUDFৰ বিৰুদ্ধে সৰৱ ভূপেন বৰা
  • আগৰ ‘ইণ্ডাষ্ট্ৰিজ ধকেবাজ ফ্ৰণ্ট’ আখ্যা AIUDFক
  • ‘AIUDFৰ পৰামৰ্শ মতে ৰিপুন বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছিল’
  • ‘মুখ্যমন্ত্ৰীক প্ৰশংসা কৰা বাবে ৬মাহ পূৰ্বে ভংগ হৈছিল মিত্ৰতা’
  • AIUDF বিধায়ক মজিবুৰ ৰহমানৰ ভিডিঅ’ প্ৰদৰ্শন‘AIUDF য়ে ১৫টা ভোট দিছে নে নাই সেয়া স্পষ্ট হ’ব’
  • ছিদ্দিক আহমেদে বেলটত ONE বুলি লিখিছিল
  • ছিদ্দিক আহমেদক নিলম্বন প্ৰদেশ কংগ্ৰেছৰ পৰা
  • কংগ্ৰেছৰ বিশ্বাসঘাতকতা কৰা বাবে ছিদ্দিকক নিলম্বন
  • শশীকান্তৰ ভোট বাতিলৰ বাবে নিৰ্বাচন আয়োগলৈ পত্ৰ APCC
  • বিৰোধীৰ ২৭ টা ভোট নিশ্চিত বুলি দাবী ভূপেন বৰাৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...