ইন্ধন, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, আৰক্ষীৰ বাধা

মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ আৰক্ষীৰ বাধা৷ প্ৰতিমূৰ্তি লৈ ৰাজপথত টনা-আঁজোৰা৷ পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিবাদত আজি মৰিগাঁও সদৰত যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ আছুৰ নেতৃত্ব আৰু কৰ্মী সদৰ আৰক্ষীয়ে আৰক্ষী থানালৈ নিয়ে। আছুৰ জিলা সভাপতি, সাধাৰণ সম্পাদক আৰু সদৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলক সদৰ থানাত আবদ্ধ কৰি ৰাখে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...