শিক্ষামন্ত্ৰীৰে হোৱা আলোচনাত সন্তুষ্ট নহয় ৰাজ্যৰ ৰান্ধনী-সহায়িকা সন্থা

শিক্ষামন্ত্ৰীৰে হোৱা আলোচনাত সন্তুষ্ট নহয় ৰাজ্যৰ ৰান্ধনী-সহায়িকা সন্থা। আলোচনাৰ পিছত পুনৰ আন্দোলনৰ হুংকাৰ ৰান্ধনী-সহায়িকা সন্থাৰ।

শুকুৰবাৰৰ দিনা প্ৰতিবাদ সাব্যস্ত কৰা ৰান্ধনী-সহায়িকা সন্থাক মাননি বৃদ্ধিৰ আশ্বাস নিদিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। তাৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ আশ্বাস শিক্ষামন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...