অধ্যাপক জয়শ্ৰী দাসৰ নিলম্বন প্ৰত্যাহাৰ

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক জয়শ্ৰী দাসৰ নিলম্বন প্ৰত্যাহাৰ এগৰাকী ছাত্ৰীক শাস্তি প্ৰদান কৰাৰ অপৰাধত নিলম্বিত কৰা হৈছিল শিক্ষয়িত্ৰীগৰাকীক। ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপচাৰ্যই জয়শ্ৰী দাসৰ নিলম্বন প্ৰত্যাহাৰ কৰে। পিছত সংবাদমেলযোগে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষয়িত্ৰীগৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ...

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন। ৯০টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব...

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সুষমা স্বৰাজৰ...

ঘৰৰ ভিতৰতে ২শিশুসহ পিতৃ-মাতৃক গুলিয়াই হত্যা

আমেথিত শিক্ষকৰ ৪জনীয়া পৰিয়ালক নিৰ্মম হত্যা। নিজ বাসগৃহতে পত্নী,...