৩ চোৰাং গৰু সৰবৰাহকাৰীক উত্তম-মধ্যম ৰাইজৰ

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ গোৱালপাৰাৰ কুশধোৱা মেজেংপাৰাত ৰাইজে জব্দ কৰে দুখন গৰুভৰ্তি গাড়ী। গাড়ী দুখনৰ পৰা জব্দ কৰে ২৩টা গৰু। কৰাায়ত্ত কৰে ৩ গৰু সৰবৰাহকাৰীক।

উত্তেজিত ৰাইজে দুয়োখন গাড়ীত আক্ৰমণ কৰি গাড়ী দুখন ভাঙি পেলোৱাৰ লগতে চোৰাং ব্যৱসায়ী কেইজনক উত্তম-মধ্যম দি গতাই দিয়ে আৰক্ষীক ৷ আটক ফজিয়ৰ ৰহমান, আব্দুল কালাম আজাদ আৰু ছফিকুল ৰহমান ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...