ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ১৬জন শ্ৰমিক

পথ দুৰ্ঘটনাত ১৬ জন শ্ৰমিক আহত। কাছাৰ জিলাৰ ময়নাগৰৰ পৰা শ্রমিক কঢ়িয়াই অনা এখন টাটা মেজিক গাড়ী দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতিছৰাত পথৰ ওপৰতে লুটি খাই বাগৰি পৰে৷ ফলত দুৰ্ঘটনাত ১৬ জনতকৈ অধিক শ্ৰমিক আহত হয় ৷ আহতসকলক উদ্ধাৰ কৰি স্থানীয় বৰখলা স্বাস্হ্যকেন্দ্ৰলৈ নিয়া হয় যদিও গুৰুতৰভাবে আহত ১০জনক উন্নত চিকিৎসাৰ বাবে SMCHলৈ প্ৰেৰণ কৰা হয়৷ আহত শ্ৰমিক সকল আলোমণি ফুলমালি, লক্ষী কর্মকাৰ, লক্ষী ঘাটোৱাৰ, সংঘিতা ঘাটোৱাৰ, সাবিত্ৰী ঘাটোৱাৰ, চপলা ভূমিজ, প্রণতি ভূমিজ, ৰাধামণি মূড়া, কামিনী ভূমিজ, অঞ্জলি চাওতাল, হেমলতা ঘাটোৱাৰ, নমিতা ঘাটোৱাৰ, বিকি ঘাটোৱাৰ, ৰতন ঘাটোৱাৰ, সল্জাৰ খাৰিয়া, সুনিতা কর্মকাৰ, ববি ওৰাং, গৌৰী ঘাটোয়াৰ আৰু পূজা তেলি ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ...

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন। ৯০টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব...

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সুষমা স্বৰাজৰ...

ঘৰৰ ভিতৰতে ২শিশুসহ পিতৃ-মাতৃক গুলিয়াই হত্যা

আমেথিত শিক্ষকৰ ৪জনীয়া পৰিয়ালক নিৰ্মম হত্যা। নিজ বাসগৃহতে পত্নী,...