একেলগে কৃষ্ণগুৰু মহাপ্ৰভুৰ ১১খনকৈ থাপনা প্ৰতিষ্ঠা

মৰিগাঁও জিলাৰ জাগীৰোডৰ মদনবড়ি গাঁৱত কৃষ্ণগুৰু মহাপ্ৰভুৰ থাপনা প্ৰতিষ্ঠা কাৰ্যসূচী। একেলগে প্ৰতিষ্ঠা কৰা হয় ১১খনকৈ থাপনা। মৰিগাঁও জিলাত এইদৰে প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰুৰ ১১খনকৈ থাপনা প্ৰতিষ্ঠা কৰা হয়। এই কাৰ্যসূচীৰ মাধ্যমেৰে অঞ্চলটোৰ ১৫ ঘৰ কৃষ্ণগুৰু ভক্তক শৰণ-ভজন দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত মৰিগাঁও জিলা কৃষ্ণগুৰু সেৱাশ্ৰমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...