বাঘমাৰাচৰত বিধ্বংসী জুই, জাহ গ’ল আক্কেছ আলীৰ বাসগৃহ

বৰপেটাৰ বাঘমাৰাচৰত ভয়ংকৰ অগ্নিকাণ্ড । আক্কেছ আলীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। ৫টা গৃহৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত। ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটাৰ সন্দেহ । স্থানীয় লোকে নিৰ্বাপিত কৰে জুই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...