এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী, আজি UBER চালক!

কাবুল তালিবানৰ হাতত পৰাৰ কেইদিনমান পূৰ্বে বিত্তমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা খালিদ পায়েণ্ডাই এতিয়া তেওঁৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে ৱাশ্বিংটন ডিচিত উবেৰ চলাবলগীয়া হৈছে।

দ্য ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, পেইণ্ডাই জৰ্জটাউন বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক হিচাপেও কাম কৰে।

আশ্ৰাফ ঘানি চৰকাৰৰ অন্তিমজন বিত্তমন্ত্ৰীয়ে ৱাশ্বিংটন পোষ্টৰ সৈতে এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁৰ জীৱনলৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ বাবে তেওঁ কৃতজ্ঞ কিয়নো ই তেওঁক তেওঁৰ পত্নী আৰু চাৰিটা সন্তানৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে নতুনকৈ তৈয়াৰ কৰাত সহায় কৰে।

পায়েণ্ডাই তেওঁ লাভ কৰি থকা কামৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “মই ইয়াৰ বাবে অবিশ্বাস্যভাৱে কৃতজ্ঞ অনুভৱ কৰো। ইয়াৰ অৰ্থ হৈছে মই নিৰাশ হ’ব নালাগে।”

আফগানিস্তানৰ প্ৰাক্তন মন্ত্ৰীজনৰ মতে, কোনো দোষৰ উৰ্ধত নহয়, আনকি তেওঁ নিজেও নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...