ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পাব পাৰে শান্তিৰ নোবেল!

২০২২ৰ শান্তিৰ নোবেল বঁটা লাভ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কীলৈ আগবঢ়োৱা হ’ব পাৰে নোবেল পুৰস্কাৰ।

ইউৰোপৰ কেইবাগৰাকী নেতাই নোবেল বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ৩১ মাৰ্চলৈ বৃদ্ধিৰ দাবী জনাইছে। নোবেল প্ৰাইজ কমিটীলৈ সময় বৃদ্ধিৰ দাবী জনাইছে কেইবাগৰাকী নেতাই। এই বৰ্ষত পৃথিৱীৰ শ্ৰেষ্ঠ বঁটাৰ বাবে মুঠ ২৫১গৰাকী ব্যক্তি আৰু ৯২টা সংগঠনে আবেদন জনাইছে।

উল্লেখ্য যে, এই বৰ্ষৰ ৩-১০ অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ’ব বিজয়ীৰ নাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...