মা কামাখ্যাক লৈ চৰম আপত্তিজনক মন্তব্য কৰি জালত যুৱক

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা কামাখ্যাৰ ওপৰত বিকৃত মন্তব্য কৰি আৰক্ষীৰ জালত যুৱক। গোলাঘাটৰ মেৰাপানীৰ যুৱক বিতোপন গগৈক গ্ৰেপ্তাৰ।

শক্তিপীঠ কামাখ্যা সন্দৰ্ভত চৰম আপত্তিজনক মন্তব্য কৰা যুৱকজনৰ ঘৰ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰত। নিশা জালুকবাৰী আৰক্ষীৰ এটা দলে মেৰাপানীৰ পৰা আটক কৰে যুৱকজনক।

বৰ্তমান যুৱকজন জালুকবাৰী আৰক্ষীৰ জিম্মাত। উল্লেখ্য যে, বিশ্বজিত বৰা নামৰ অন্য এজনক উদ্দেশ্য কৰি মন্তব্যটো কৰিছিল যুৱকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...