ৰঙীন হৈ পৰিছে কোকৰাঝাৰ, বসন্ত উৎসৱৰ আনন্দত মতলীয়া বড়োভূমি

ৰঙৰ উৎসৱ ফাকুৱা। ভিন্নৰঙী আবিৰৰ ৰং, হোলী গীতৰ মূৰ্ছনাৰে ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ।


হোলী গীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে চৌদিশ। ক’ভিড মুক্ত পৰিৱেশত উলহ মালহেৰে হোলী উদযাপন কৰিবলৈ সাজু ৰাজ্যবাসী।


আকাশ-বতাহত মাথো হোলীগীতৰেই গুঞ্জন৷ চৌদিশ জুৰি ধ্বনিত হৈছে কেবল হোলীগীতৰ অমিয়া সুৰ ৷ মন প্ৰাণ হৰি নিয়া হোলীগীতৰ গুঞ্জনত মুখৰিত আকাশ-বতাহ৷


কোকৰাঝাৰৰ চহৰৰ আৱৰ্ত ভৱনৰ সমীপতে আয়োজিত হৈছে বসন্ত উত্সৱ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই অনুষ্ঠান।


সত্ৰনগৰী বৰপেটা, মাজুলী, বটদ্ৰৱাতো দৌল মহোৎসৱক লৈ ব্যাপক উছাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...