দুৰ্নীতিৰ সদাগৰ বাহাৰুল ইছলামক আটক CIDৰ

বটদ্ৰৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাহাৰুল ইছলামক আটক। নিশা ৩ বজাত CIDৰ দলে বাহাৰুল ইছলামৰ ধিং ৰজাবাৰী গাঁৱৰ বাসগৃহৰ পৰা আটক কৰে। প্ৰায় ১৫ বছৰ ধৰি বটদ্ৰৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰূপে কৰ্মৰত হৈ বহু দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ আছে ইছলামৰ বিৰুদ্ধে। ৰাজনৈতিক নেতাৰ আশিসধন্য বাহাৰুল ইছলামৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ উত্থাপন হৈ আহিছিল যদিও তদন্তৰ আওতালৈ আনিব পৰা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...