ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ জৰুৰী বৈঠক, কি হ’ব সিদ্ধান্ত?

ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ জৰুৰী বৈঠক। সাধাৰণ মানুহৰ জীৱন ধাৰণ আৰু মানৱ অধিকাৰৰ প্ৰশ্ন এতিয়া সমগ্ৰ বিশ্বজুৰি উত্থাপন হৈছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত বিলাই-বিপত্তি নোহোৱা হৈছে সাধাৰণ জনতাৰ। জনসাধাৰণৰ মৌলিক অধিকাৰ আৰু শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে তত্পৰ ৰাষ্ট্ৰসংঘ। শেহতীয়া পৰিস্থিতিক লৈ UNSC-এ জৰুৰী বৈঠকৰ আয়োজন কৰিছে। ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ অনুৰোধত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কানাডাই। ৰাছিয়াক সমৰ্থন কৰা বেলাৰুছৰ বাবে এয়াৰস্পেচ বন্ধ কৰি দিছে কানাডাই। এতিয়াৰে পৰা কানাডাৰ আকাশত উৰা মাৰিব নোৱাৰিব বেলাৰুছৰ বিমানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...