গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যু

  • গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউন্টাৰত মৃত্যু
  • মঙলবাৰে কামৰূপৰ দামপুৰৰ পাহাৰত আত্মসমৰ্পণ কৰিছিল বিকিয়ে
  • বিকিক গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিল গুৱাহাটীলৈ
  • নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিকিয়ে
  • পলাবলৈ লওতেই এনকাউণ্টাৰ আৰক্ষীৰ
  • তাৰ পাছতে আৰক্ষীয়ে এনকাউন্টাৰ কৰে ধৰ্ষণকাণ্ডত অভিযুক্তজনক
  • মাজনিশাই GMCHত লৈ অহা হয় বিকি আলীক
  • বৰ্তমান মৰ্গত ৰখা হৈছে বিকি আলীৰ মৃতদেহ
  • ১৯ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণৰ ঘটনা
  • অভিযুক্ত বিকিৰ দেহত ৪টা গুলীৰ আঘাত
  • ৫জন যুৱকে ধৰ্ষণ কৰি ভিডিঅ’ বনাইছিল কিশোৰীগৰাকীৰ
  • ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল এই ভিডিঅ’
  • পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল ৫ যুৱকৰ বিৰুদ্ধে
  • POCSO আইনৰ অধীনত গোচৰ ৰুজু হৈছিল
  • বিকী আলী, ফইজুল আলী, পিংকু আলীৰ বিৰুদ্ধে গোচৰ
  • পোনা আলী আৰু ৰাজা আলীৰ বিৰুদ্ধেও গোচৰ
  • দশম শ্ৰেণীত পঢ়ি আছিল দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে
  • অভিযুক্ত বিকী আলীৰে প্ৰেমৰ সম্পৰ্ক আছিল কিশোৰীগৰাকীৰ
  • ১৬ ফেব্ৰুৱাৰীত বিকীয়ে ফুচুলাই ঘৰলৈ নিছিল কিশোৰীগৰাকীক
  • ঘৰতে এজন বন্ধুৰ সৈতে লগলাগি ধৰ্ষণ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল
  • ১৯ ফেব্ৰুৱাৰীত পুনৰ OYO হোটেললৈ লৈ গৈছিল কিশোৰীগৰাকীক
  • হোটেলতে ৫ জন বন্ধুৱে ধৰ্ষণ কৰিছিল ছাত্ৰীগৰাকীক
  • ধৰ্ষণ কৰা ভিডিঅ’ ৰেকৰ্ডিং কৰি ভাইৰেল কৰিছিল
  • ৮ মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...