১২ এপ্ৰিললৈকে বজাব নোৱাৰিব উচ্চ প্ৰাবল্যৰ চাউণ্ড ছিষ্টেম

হাইস্কুল, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা চলি আছে। সেয়েহে অহা ১২ এপ্ৰিললৈকে কৰিমগঞ্জত অতি প্ৰাবল্যৰ চাউণ্ড ছিষ্টেমৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে কৰিমগঞ্জ প্ৰশাসনে। জিলাখনৰ বিষয়া মৃদুল যাদৱে জাৰি কৰিছে এই নিষেধাজ্ঞা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছট পূজাক লৈ গুৱাহাটীত বিশেষ যান-বাহন নিৰ্দেশনা, ১৫ আৰু ১৬ নৱেম্বৰত পথ সলনি-নিষেধাজ্ঞা

ছট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচল সুচল কৰি...

মহাকাশ ইতিহাসত নতুন অভিলেখ SpaceXৰ, প্ৰথমবাৰৰ বাবে সফলতাৰে ‘কেচ’ কৰিলে Starship মহাকাশযান

মহাকাশ অভিযানৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিলে ইলন...