পাহাৰৰ শিখৰত সুৰাৰ অবৈধ বেহা, সুৰাৰ ঘাটি উৎখাত

মহানগৰীত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান। আদিংগিৰি, কালীখুলা অঞ্চলত চলিল অভিযান। অভিযান কালত কেইবাটাও সুৰাৰ ঘাটি উচ্ছেদ কৰে আবকাৰী বিভাগে।

এই অভিযানৰ সময়চোৱাত জব্দ হয় ১৫ কেজি চুলাই প্ৰস্তুতকাৰী সামগ্ৰী। ১১৫ লিটাৰ চুলাই সহ বিভিন্ন সা সামগ্ৰী জব্দ কৰে আবকাৰীৰ দলে।

অৱশ্যে ঘটনাস্থলীৰ পৰা কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আবকাৰী বিভাগে। আনহাতে, নিয়মীয়াকৈ এই অভিযান চলিব বুলি উল্লেখ কৰিছে বিভাগটোৰ শীৰ্ষ বিষয়াই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...