বসন্তৰ আগমন, গাঁৱে গাঁৱে চলিছে বিহুৰ আয়োজন

হেঁপাহৰ বহাগৰ বিহুলৈ মাজত মাথোঁ এটা মাহ। শীতে বিদায় লোৱাৰ সময়তে ৰাজ্যজুৰি চলিছে বসন্তক আদৰাৰ প্ৰস্তুতি।

গাঁৱে গাঁৱে শিপিনীয়ে তাতৰ শালত ব্যস্ত হৈ পৰিছে বিহুৱান প্ৰস্তুত কৰাত।

তাঁতৰ খিটিক-খিটিক শব্দৰে মুখৰিত হৈ পৰিছে গাঁৱৰ আকাশ বতাহ। ব্যস্ততাৰ অন্ত নাই শিপিনীৰ।

নাজিৰাতো গ্ৰাম্যাঞ্চলত দেখা গৈছে একেই পৰিৱেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...

প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ...