দিহিং পাটকাইত অবৈধ শিলখনন, কাৰ নিৰ্দেশত চলিছে বন ধ্বংসযজ্ঞ?

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজত শিল খনন কৰি থকা এখন জেচিবি আৰু এখন ট্ৰাক বন বিভাগে জব্দ কৰে। বন বিভাগে জানিবলৈ দিয়া অনুসৰি অসম অৰুণাচল সীমান্তৰ হুগুৰিপথাৰ এলেকাৰ নামচাং নদীৰ পৰা শিলখনন কৰি থকাৰ সময়ত হাতে লোটে জব্দ কৰে বাহনকেইখন ৷ জব্দ হোৱা বাহন দুখনৰ নম্বৰ AS 23 B 3584 আৰু AS 23 CC 5624 ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...