উত্তৰ প্ৰদেশত বিফল হ’ল আছাদউদ্দিন ওৱেছিৰ AIMIM

হায়দৰাবাদস্থিত ৰাজনৈতিক দল AIMIM-এ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১০০ খন আসনৰ ভিতৰত ৯৯ খন আসন হেৰুৱাইছে। যদিও ২০১৭ চনৰ তুলনাত উত্তৰ প্ৰদেশত কিছু ভোট সংগ্ৰহ কৰিছে।

ইপিনে, আছাদউদ্দিন ওৱেছিৰ নেতৃত্বত দলটোৱে বিশেষকৈ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত কৰাত ভবা ধৰণে ভোট পাবলৈ সক্ষম নহল। লক্ষণীয় যে, AIMIM-এ বেছিভাগ প্ৰাৰ্থীক মুছলমান জনসংখ্যা বেছি থকা সমষ্টিবোৰত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...