অসমত কমিলেও চুবুৰীয়া মিজোৰামত বাঢ়িছে ক’ভিড

অসমত কমিলেও চুবুৰীয়া মিজোৰামত বাঢ়িছে ক’ভিড। যোৱা ২৪ ঘণ্টাত মিজোৰামত ৮৩৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। বৰ্তমান ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছেগৈ ৪,২০৯গৰাকীলৈ। কভিডত ৰাজ্যখনত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছেগৈ ৬৬৪জনলৈ। দৈনিক প্ৰতি মুহূৰ্তে বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা। সকলোকে ক’ভিড বিধি মানি চলাৰ আহ্বান স্বাস্থ্য বিভাগৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...