পৌৰযুঁজ : আজি ২,৫৩২জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত

আজি পৌৰসভাৰ নিৰ্বাচন। ২,০৫৪টা ভোটকেন্দ্ৰত ভাগ্য নিৰ্ণয় হ’ব পৌৰসভাৰ প্ৰাৰ্থীৰ। ২,৫৩২ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত। প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচনত EVM ব্যৱহাৰ কৰা হৈছে। ৪,১০০ টা ই ভি এম বিভিন্ন ভোটকেন্দ্ৰলৈ শুকুৰবাৰে প্ৰেৰণ কৰা হৈছে। পুৱাই ভোটদান কৰিবলৈ শাৰী পাতিছে ভোটাৰে। কৰিমগঞ্জ পৌৰসভাত আছে সৰ্বাধিক ২৭টা ৱাৰ্ড। ডিব্ৰুগড় পৌৰসভাত আছে সৰ্বাধিক ভোটাৰ। ডিব্ৰুগড়ত মুঠ ভোটাৰ ১,১৭,৬৯০জন। ৯ মাৰ্চত পৌৰ নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে ৫৭টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰ জয়ী হৈছে প্ৰাৰ্থী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...