২৪ ঘণ্টাত মাত্ৰ দুজন ব্যক্তিৰ দেহত ক’ভিড!

অসমত ইতিহাস হোৱাৰ দিশে ক’ভিড। যোৱা ২৪ ঘণ্টাত মাত্ৰ দুজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ৰাজ্যত মুঠ ২,৩৫০গৰাকী লোকে ক’ভিড পৰীক্ষা কৰিছিল যদিও ইয়াৰ দুগৰাকীৰ দেহতহে পোৱা গৈছে ক’ভিড ভাইৰাছ। ২৪ ঘণ্টাত অসমত এজনো লোকৰ ক’ভিডত মৃত্যু হোৱা নাই। শুকুৰবাৰে ৯জন লোক আক্ৰান্ত হৈছিল ক’ভিডত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ ভাৰাঘৰত উদ্ধাৰ দেৰগাঁৱৰ ছাত্ৰৰ মৃতদেহ

গুৱাহাটীত প্ৰকৃততে হৈছে কি? এগৰাকীৰ পিছত আনগৰাকী যুৱতীৰ মৃতদেহ...

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ধ*ৰ্ষণ-হত্যাকাণ্ডৰ ৰায় আদালতৰ

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ধৰ্ষণ-হত্যাকাণ্ডৰ ৰায় আদালতৰ। ধৃত...

গ্ৰেপ্তাৰ হ’ল শুকুৰ আলী

অৱশেষত গ্ৰেপ্তাৰ হ'ল পত্নীক হত্যাত অভিযুক্ত শুকুৰ আলী। গৰৈমাৰী...

আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীত পুনৰ দিন ডকাইতি

দিনক দিনে যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যৱসিত হৈছে মহানগৰী গুৱাহাটী।...