জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যু!

  • জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যু
  • মৃত্যু হোৱা জোৱান দেৰগাঁৱৰ বিশ্বজিত গগৈ
  • শৰীৰত গুলী লাগি মৃত্যু হয় জোৱানজনৰ
  • ছবছৰ পূৰ্বে সেনা বাহিনীত যোগদান কৰিছিল জোৱানজনে
  • মৃত্যুৰ পূৰ্বে কথা পাতিছিল মাতৃৰ সৈতে
  • ১০ মাৰ্চত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল বিশ্বজিত
  • ২২ ফেব্ৰুৱাৰীত ছুটী লৈ ঘৰলৈ কথা জনাইছিল মাতৃক
  • কিয় কেনেকৈ বিশ্বজিতৰ দেহত গুলী লাগিল সেয়া ৰহস্যৰ আৱৰ্তত
  • সেনাৰ সূত্ৰ অনুসৰি ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যাৰ সন্দেহ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...