বাইক ষ্টান্ট কৰিবলৈ গৈ গ্লেমাৰ আৰু পালছাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ভয়ংকৰ পথ দুৰ্ঘটনা! জোনাইৰ ৫১৫ নং টাকেৰ তিনিআলিত সংঘটিত পথ দুৰ্ঘটনা। বাইক ষ্টান্ট কৰিবলৈ গৈ গ্লেমাৰ আৰু পালছাৰ বাইকৰ মাজত সংঘৰ্ষ।

ঘটনাত ৫জন বাইক আৰোহী গুৰুতৰভাৱে আহত। সংকটজনক অৱস্থাত ৫ যুৱকক ডিব্ৰুগড়লৈ প্ৰেৰণ। ৰাজপেগু, ৰামাণুজ দলে, মোহন পেগু, ইয়ামেত পেগু, গমশ্বেৰ দলে গুৰুতৰভাৱে আহত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...