‘টাটা পাঞ্চৰ’ কাজিৰঙা এডিচন মুকলি, আই পি এল ২০২২ত কৰা হ’ব নিলাম

অসমবাসীৰ বাবে এক গৌৰৱৰ কাৰণ অটোমোবাইল উদ্যোগৰ চিনাকি নাম টাটা মটৰ্ছে নতুন মডেল টাটা পাঞ্চ কাজিৰঙা সংস্কৰণৰ এখন ছবি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে আৰু যাৰ আনুষ্ঠানিক আত্মপ্ৰকাশ আই পি এল ২০২২ৰ সময়ত কৰা হ’ব।

কোম্পানীটোৱে ঘোষণা কৰিছে যে নতুন টাটা পাঞ্চ কাজিৰঙা সংস্কৰণ আই পি এল ২০২২ ৰ সময়ত নিলাম কৰা হ’ব। নতুন টাটা পাঞ্চ কাজিৰঙা সংস্কৰণটো এক বিশেষ মডেল হ’ব, কিয়নো কোম্পানীটোৱে ইয়াৰ মাত্ৰ এটা গোট প্ৰস্তুত কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...