ঠিকাভিত্তিক কৰ্মচাৰীয়ে যি ধৰণে প্ৰতিবাদত নামিছে সেই পথ শুদ্ধ নহয়, মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ

চাকৰি নিয়মীয়াকৰণ আৰু আন কেতবোৰ দাবীৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰী সকলে অব্যাহত ৰাখিছে কৰ্মবিৰতি। কৰ্মচাৰী সকলৰ প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে বিভাগীয় কাম-কাজ। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ঠিকাভিত্তিক কৰ্মচাৰী সকলে যি ধৰণে প্ৰতিবাদত নামিছে সেই পথ শুদ্ধ নহয় বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীক জনোৱা হৈছে। শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধান হোৱাৰ আশ্বাস মন্ত্ৰী ৰঞ্জিত দাসৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...