ৰাজ্যত আজিৰে পৰা আকৌ হ’ব বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আজিৰে পৰা আকৌ হ’ব বৰষুণ। বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে এই আগজাননী। ঠাইবিশেষে পাতলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। কিছু কিছু ঠাইত হ’ব পাৰে শিলাবৃষ্টিও। অসমৰ লগতে অৰুণাচল প্ৰদেশতো হ’ব বৰষুণ, ৰাজ্যখনৰ ভিন্ন প্ৰান্তত পৰিব বৰফ। নিম্নগামী হ’ব তাপমাত্ৰা। অব্যাহত থাকিব শীতপ্ৰবাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...