জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱা অসুস্থ, দিছপুৰ পলিক্লিনিকত চিকিত্সাধীন

•গুৰুতৰভাবে অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা
•সংকটজনক অৱস্থাত দিছপুৰ পলিক্লিনিকত চিকিত্সাধীন বেজবৰুৱা
•ব্ৰেইন ষ্ট্ৰ’ক আক্ৰান্ত হৈছে জনপ্ৰিয় শিল্পীগৰাকী
•বহু কালজয়ী গীতত কণ্ঠ নিগৰাইছে অপূৰ্ব বেজবৰুৱাই
•কেইবাদশক ধৰি সুৰীয়া কণ্ঠৰে অসমবাসীক মোহাচ্ছন্ন কৰি ৰাখিছে
•বেজবৰুৱাৰ আশু আৰোগ্য কামনা গুণমুগ্ধৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফেচবুক, স্নেপচেট, PUBGসহ ৮৯টা এপৰ ব্যৱহাৰত ভাৰতীয় সেনাৰ নিষেধাজ্ঞা! জোৱান-অফিচাৰৰ বাবে কঠোৰ নিৰ্দেশনা

সামাজিক মাধ্যম, মেছেজিং, অনলাইন গেমিং, ডেটিং আৰু ই-কমাৰ্চৰ জনপ্ৰিয়...