ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল। দুয়োখন দেশৰ মাজত পূৰ্ণগতিত চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। বেলাৰুছত এটা বৃহৎ ৰাছিয়ান বাহিনীৰ উপস্থিতিয়ে পশ্চিমীয়া দেশ সমূহক উদ্বিগ্ন কৰি তুলিছে। বেলাৰুছৰ সেনা বাহিনীৰ সহায়ত ৰাছিয়াই ইউক্ৰেইনক একাধিক দিশত আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাব পাৰে। ইউক্ৰেনে কৈছে যে, ৰাছিয়াই সীমাৰ ওচৰত বৰ্তমান মুঠ ১,১৫,০০০ সৈন্য মোতায়ন কৰি ৰাখিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে অনুশীলনৰ ছবি মুকলি কৰিছে। য’ত সৈন্যসকলক মাটিত পেৰাচুটিং কৰা, আকাশত যুঁজাৰু বিমান বিচৰণ কৰা, অস্ত্ৰ ধাৰণ কৰা হেলিকপ্টাৰৰ পৰা সৈন্যসকল কঢ়িয়াই অনা আৰু টেংকৰ পৰা বোমা আৰু গুলীবৰ্ষণ কৰাৰ দৃশ্য স্পষ্ট হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...