চুপাৰি মাফিয়া প্ৰশান্ত বড়োক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ক্ৰাইম ব্ৰান্সে বৰ্ণিহাটৰ পৰা গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়া প্ৰশান্ত বড়ো ওৰফে ৰিংকু ওৰফে ভিক্টৰক। বাৰ্মিজ চুপাৰিৰ সৰবৰাহত জৰিত আছিল ধৃত প্ৰশান্ত বড়ো।

নামনি অসমৰ বিভিন্ন অঞ্চলত বাৰ্মিজ চুপাৰি সৰবৰাহত দীর্ঘদিন ধৰি জড়িত হৈ আহিছিল ধৃতলোকজনে। চাংসাৰীৰ পৰা কোকৰাঝাৰলৈ চুপাৰি সৰবৰাহৰ ঘটনাত জড়িত আছিল প্ৰশান্ত বড়ো। ধৃত প্ৰশান্ত বড়োৰ ঘৰ বৰমাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...