১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যবাসীলৈ ভাল খবৰ

•মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

•১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যবাসীলৈ বৃহৎ সকাহ
•ৰাজ্যৰ পৰা আঁতৰিব ক’ভিডৰ সকলো নিষেধাজ্ঞা!
•নাথাকিব কোনো কাৰ্ফিউ, ক’ভিডৰ নীতি-নিৰ্দেশনা
•ক’ভিডৰ সংক্ৰমণ বৃদ্ধি নহ’লে প্ৰত্যাহাৰ হ’ব ক’ভিড SOP
•ক’ভিড সংক্ৰমণ বৃদ্ধি নাপালে নাথাকিব কোনো নিশেধাজ্ঞা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিদিনীয়া দেশজোৰা বেংক কৰ্মচাৰীৰ ধৰ্মঘট; ধৰ্মঘটৰ পূৰ্বে দেওবাৰে খোলা থাকিব ৰাজহুৱা খণ্ডৰ বেংক

তিনিদিনীয়া দেশজোৰা বেংক ধৰ্মঘটৰ পূৰ্বে সেৱা ব্যাহত নহ’বলৈ ২৭...

আহি আছে ‘অৰ্ণৱ’! কোন কোন ৰাজ্যত প্ৰভাৱ পেলাৱ ‘অৰ্ণৱ’ ঘূৰ্ণীবতাহে?

আজি নিশা স্থলভাগত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৱে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ...