বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰ!

  • বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰ
  • শুকুৰবাৰৰ পৰা আৰম্ভ হব শীতকালীন অলিম্পিক
  • উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত উপস্থিত নাথাকে ভাৰতৰ ৰাষ্ট্ৰদূত
  • চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ যুৱকক হাৰশাস্তি কৰাৰ বাবে এই সিদ্ধান্ত
  • চুবুৰীয়া দেশখনৰ কাৰ্যত ক্ষুব্ধ হৈ কূটনৈতিক ভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত
  • বৈদেশিক মন্ত্ৰালয়ে জনালে এই সিদ্ধান্তৰ বিষয়ে
  • DD SPORTS চেনেলত সম্প্ৰচাৰ নহয় শীতকালীন অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠান
  • প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী শশী শেখৰ ভেম্পাতিয়ে জনালে এই কথা
  • চীনৰ বিৰুদ্ধে অলিম্পিকক ৰাজনীতিকৰণ কৰাৰ গুৰুতৰ অভিযোগ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...