মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই যুৱকৰ

  • মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই যুৱকৰ
  • নিহত যুৱক দুজন লাহৰীঘাটৰ তুলসীবড়ী গাঁৱৰ ওমৰ ফাৰুক, বাবুল হুছেইন
  • লাহৰীঘাটৰ ৪জন যুৱক কৰ্মসূত্ৰে আছিল গোলঘাটৰ মেৰাপানীত
  • এয়াৰটেলৰ টাৱাৰ নিৰ্মাণৰ কামত জড়িত আছিল যুৱককেইজন
  • শনিবাৰে কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট ওমৰ আৰু বাবুল
  • আন দুজন আহত যুৱক সম্প্ৰতি সংকটজনক অৱস্থাত চিকিত্সাধীন
  • নিশা লাহৰীঘাটৰ বাসৃহলৈ অনা হয় মৃত ওমৰ ফাৰুক, বাবুল হুছেইনক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...