শকুন্তলা চৌধুৰী, ধনেশ্বৰ ইংতিলৈ ‘পদ্মশ্ৰী’ সন্মান

২০২২ বৰ্ষৰ পদ্ম সন্মান ঘোষণা। অসমৰ দুগৰাকীলৈ পদ্ম সন্মান। শকুন্তলা চৌধুৰীলৈ পদ্মশ্ৰী (সমাজ সেৱা) আৰু ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী (সাহিত্য আৰু শিক্ষা)। শকুন্তলা চৌধুৰী কস্তুৰবা গান্ধী আশ্ৰমৰ পৰিচালিকা। কাৰ্বি গীতিকাৰ-লেখক ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী সন্মান। সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত ইংতিলৈ পদ্মশ্ৰী।

CDS বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ। কংগ্ৰেছ নেতা গোলাম নবী আজাদলৈ পদ্মভূষণ। চাৰি গৰাকীলৈ এইবছৰৰ পদ্ম বিভূষণ। কলা ক্ষেত্ৰত প্ৰভা আত্ৰেলৈ পদ্ম বিভূষণ। সাহিত্য-শিক্ষাত ৰাধেশ্যাম খেমকা (মৰণোত্তৰ)লৈ পদ্ম বিভূষণ। সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কল্যাণ সিঙ (মৰণোত্তৰ)লৈ পদ্ম বিভূষণ। গুগলৰ CEO সুন্দৰ পিচাইলৈ পদ্ম ভূষণ।
মাইক্ৰ’ছফটৰ CEO সত্য নাদেলালৈও পদ্ম ভূষণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...