ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, ধুবুৰীত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

  • ২৪ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ
  • ধুবুৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ
  • আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী
  • শনিবাৰে সন্ধিয়া আৰক্ষীয়ে আটক কৰিছিল বেল্লাল শ্বেখ নামৰ যুৱকজনক
  • ড্ৰাগছসহ আটক কৰা হৈছিল বেল্লালক
  • তদন্তৰ বাবে গৌৰীপুৰলৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা অভিযুক্তৰ
  • ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন যুৱকজন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...