১০০জন ভেকচিন লোৱা লোকেহে অংশ ল’ব পাৰিব ৰাজহুৱা অনুষ্ঠানত

ক’ভিডৰ দ্ৰুত সংক্ৰমণ প্ৰতিৰোধৰ বাবে কঠোৰ নিৰ্দেশনা। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। জিলাখনত ১০০গৰাকী ভেকচিন লোৱা ব্যক্তিয়েহে অংশ ল’ব পাৰিব যিকোনো ৰাজহুৱা অনুষ্ঠানত। এই নিৰ্দেশনা অনুসৰি চৰকাৰী-বেচৰকাৰী সভা-সমিতি, ধৰ্মীয় অনুষ্ঠান ইত্যাদিতো ১০০জন ভেকচিন লোৱা লোকেহে অংশগ্ৰহণ কৰিব পাৰিব। এই নিৰ্দেশনা অমান্যকাৰীক কঠোৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জিলা উপায়ুক্তৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...