ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী

আজি হেঁপাহৰ ভোগালী বিহু। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে অসমীয়াই পালন কৰিছে ভোগালী। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি পুৱাই পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাইছে সকলোৱে।

লখিমীক ঘৰলৈ আদৰাৰ পিছত পুহ আৰু মাঘৰ সংক্ৰান্তিত পালন কৰা হয় মাঘ বিহু। মেজি জ্বলাবলৈ ওলাই আহিছে ডেকা–বুঢ়া, জীয়ৰী বোৱাৰী সকলো। মাঘৰ মেজিৰ জুয়ে সমাজৰ সকলো অসূয়া-অমংগল নাশ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি আৰু সমৃদ্ধি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...