বন বিভাগক দিব নালাগে ৰয়েল্টি, কাৰ কাৰ ক্ষেত্ৰত প্ৰযোজ্য এই নীতি?

চৰকাৰী নিৰ্মাণকাৰ্যত বনজ তথা খনিজাত সম্পদ ব্যৱহাৰৰ বাবদ বন বিভাগক পোনপটীয়াকৈ কোনোধৰণৰ ৰয়েল্টি পৰিশোধ কৰিব নালাগে৷ এই ক্ষেত্ৰত আদায় দিবলগীয়া ৰয়েল্টি নিৰ্ধাৰিত শতাংশ হিচাপত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰৰ বিল পৰিশোধৰ সময়ত কাটি ৰখা হ’ব৷ আনহাতে, চহৰাঞ্চলৰ ক্ষেত্ৰতো চলিত বছৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰিছে। ব্যক্তিগত খণ্ডত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পৰিশোধ কৰিবলগীয়া এনে ৰয়েল্টি সম পৰিমাণৰ ৪টা কিস্তিত চৰকাৰী কোষাগাৰত জমা দিব লাগিব৷ এতিয়াৰে পৰা ৰয়েল্টি চৰকাৰী কোষাগাৰত ৪টা কিস্তিত জমা দিব পাৰিব ব্যক্তিগত খণ্ডত গৃহ নিৰ্মাণৰ বাবে। ইতিপূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যিক কেবিনেটত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...