অমিক্ৰনৰ বাবে নতুন SOP জাৰি ৰাজ্য চৰকাৰৰ

অমিক্ৰনৰ বাবে নতুন SOP জাৰি ৰাজ্য চৰকাৰৰ

  • নিশা ১১:৩০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন
  • নিশা ১০:৩০ বজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ
  • ৩১ ডিচেম্বৰত নাথাকিব নৈশ সান্ধ্য আইন
  • সভা-সমিতিসমূহত ৫০% আসন ব্যৱহাৰৰ অনুমতি
  • দুয়োপালি ভেকচিন লোৱা লোককহে সভাত প্ৰৱেশৰ অনুমতি
  • চিনেমা হলতো ৫০% দৰ্শককহে প্ৰৱেশৰ অনুমতি
  • নিশা ১০:৩০বজাত বন্ধ কৰিব লাগিব চিনেমাহল,হোটেল-ধাবা
  • ২৬ ডিচেম্বৰৰ পৰা মাস্ক নিপিন্ধা লোকক জৰিমনা
  • মাস্ক নিপিন্ধিলে, পিক-থু পেলালে ১০০০ টকা জৰিমনা
  • দুয়োপালি ভেকচিন নোলোৱা লোকক ভেকচিন ল’বলৈ আহ্বান
  • ভেকচিন নল’লে কঠোৰ ব্যৱস্থা ল’বলৈ দণ্ডাধীশক নিৰ্দেশ
  • বিমানেৰে অহা সকলো যাত্ৰীৰ ক’ভিড টেষ্ট কৰা হ’ব
  • বিমান যাত্ৰীয়ে নিগেটিভ হ’লেও ৭ দিন নিজ ঘৰতে থাকিব
  • ঐতিহ্যমণ্ডিত তীৰ্থত ঘণ্টাত ৬০জনক প্ৰৱেশৰ অনুমতি
  • আন ধৰ্মীয় স্থানত ঘণ্টাত ৪০জন ভক্তক প্ৰৱেশৰ অনুমতি
  • দুয়োপালি ভেকচিন লোৱা লোকহে উপাসনাস্থলীলৈ যাব পাৰিব
  • ২৬ ডিচেম্বৰৰ পুৱা ৬ বজাৰ পৰা বলৱৎ হ’ব নতুন SOP
  • SOP বলৱৎকৰণৰ দায়িত্বত থাকিব জিলা দণ্ডাধীশ, SP
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...