- নিৰ্বাচনমুখী ৰাজ্যত সমাবেশ-সভা বন্ধ কৰক
- কেন্দ্ৰক গণসমাৱেশ বন্ধ কৰাৰ আহ্বান
- অমিক্ৰনৰ পৰিপ্ৰেক্ষিতত সকীয়নি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ
- ভেকচিনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰি এই আহ্বান
- টিভি-বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান
- বিশ্বৰ বহু দেশত জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰসংগও উল্লেখ