- GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন
- নগাঁও পৌৰ সভা, যোৰহাট পৌৰ সভাৰ বিৰুদ্ধেও এই আবেদন
- ২০১০-১১ৰ পৰা ২০১৬-১৭লৈ নিগম-নিকায়কেইখনত ব্যাপক অনিয়মৰ অভিযোগ
- চাৰিওখন নিগম-নিকায়ত কমেও ৫০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ
- ঠিকা প্ৰদানৰ নামতে প্ৰায় ৭০ কোটি টকা আত্মসাতৰ অভিযোগ PILত
- কেলেংকাৰিৰ অভিযোগ সন্দৰ্ভত মুখ্য সচিবক তদন্তৰ নিৰ্দেশ
- ৬ সপ্তাহৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰিব লাগিব সবিশেষ প্ৰতিবেদন