সাৰ কেলেংকাৰীৰ খলনায়ক BVFCLৰ ডেপুটি মেনেজাৰক নিলম্বন

সাৰ কেলেংকাৰীৰে জড়িতৰ অভিযোগত BVFCLৰ ডেপুটি মেনেজাৰক নিলম্বন। নিলম্বিত ডেপুটি মেনেজাৰ পি কে সিং। বৰাক উপত্যকাত সংঘটিত সাৰৰ বিয়াগোম কেলেংকাৰীৰ বাতৰি প্ৰথমে সম্প্ৰচাৰ হৈছিল NK TVত। এই বৃহৎ কেলেংকাৰীৰ মূল নায়ক আছিল পি কে সিং। ইয়াৰ পিছতে সিঙক নিলম্বন কৰে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি শীঘ্ৰে যিকোনো সময়ত গ্ৰেপ্তাৰ হ’ব পাৰে কেলেংকাৰীৰে জড়িত আন লোকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন।...

পাকিস্তানক পুনৰ সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে

কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে...

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...