কোন জিলাৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ কিমান?

আপুনি কোন জিলাৰ বাসিন্দা? নিজৰ জিলাখনৰ মটৰ পঞ্জীয়ন নম্বৰ জানেনে? কোন জিলাৰ মটৰ পঞ্জীয়ন নম্বৰ কিমান?


জানি লওক সকলো জিলাৰ পঞ্জীয়ন নম্বৰ


▶️কামৰূপ মহানগৰ AS-01
▶️নগাঁও AS-02
▶️যোৰহাট AS-03
▶️শিৱসাগৰ AS-04
▶️গোলাঘাট AS-05
▶️ডিব্ৰুগড় AS-06
▶️লখিমপুৰ AS-07
▶️ডিমা হাচাও AS-08
▶️কাৰ্বি আংলং AS-09
▶️কৰিমগঞ্জ AS-10
▶️কাছাৰ AS-11
▶️শোণিতপুৰ AS-12
▶️দৰং AS-13
▶️নলবাৰী AS-14
▶️বৰপেটা AS-15
▶️কোকৰাঝাৰ AS-16
▶️ধুবুৰী AS-17
▶️গোৱালপাৰা AS-18
▶️বঙাইগাঁও AS-19
▶️মৰিগাঁও AS-21
▶️ধেমাজি AS-22
▶️তিনিচুকীয়া AS-23
▶️হাইলাকান্দি AS-24
▶️কামৰূপ গ্ৰাম্য AS-25
▶️চিৰাং AS-26
▶️ওদালগুৰি AS-27
▶️বাক্সা AS-28
▶️মাজুলী AS-29
▶️হোজাই AS-31
▶️বিশ্বনাথ চাৰিআলি AS-32
▶️চৰাইদেউ AS-33
▶️দক্ষিণ শালমৰা AS-34

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...