ঘড়ীৰ মালিক মাৰাডোনা, চোৰ ওলাল অসমত!

ঘড়ীৰ মালিক বিখ্যাত ফুটবলাৰ মাৰাডোনা, সেই ঘড়ীৰ চোৰ ওলাল আকৌ অসমত। আচৰিত যেন লাগিলেও মাৰাডোনাৰ ঘড়ী চোৰ ওলাল অসমত! ফুটবল তাৰকা মাৰাডোনাৰ এটা বিলাসী ঘড়ীৰ চুৰিৰ সন্দৰ্ভত অসমত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক। গ্ৰেপ্তাৰ কৰা হৈছে ৱাজিদ হুছেইন নামৰ এজন লোকক। ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লোকজনক। বিলাসী হাবলট ঘড়ীটোৰ মূল্য ১২ লাখ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...